Tuesday, April 16, 2024
HomeNEWSBBARSU আৰু ARWCৰ যুটীয়া অধিবেশনৰ দৃশ্যাংশ

BBARSU আৰু ARWCৰ যুটীয়া অধিবেশনৰ দৃশ্যাংশ

প্ৰকাশিত তাৰিখঃ ২৬ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বিংশতিতম দ্বি–বাৰ্ষিক আৰু বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ দশম দ্বি–বাৰ্ষিক যুটীয়া অধিবেশন। জাতীয় সংগঠন দুটাৰ যোৱা ২০ আৰু ২১ ছেপ্টেম্বৰত  ৰাভা হাছং পৰিষদীয় এলেকাৰ কুলশী সমষ্টিৰ ধাংগাৰ গাঁৱত অনুষ্ঠিত অধিবেশনৰ কিছু দৃশ্যাংশ।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward