Friday, April 26, 2024
HomeNEWSসোণোৱালি পথাৰৰ ধান চপোৱাত ব্যস্ত থকা জনজাতীয় মহিলাসকল

সোণোৱালি পথাৰৰ ধান চপোৱাত ব্যস্ত থকা জনজাতীয় মহিলাসকল

প্ৰকাশিত তাৰিখঃ ৭ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

বান আৰু খৰাঙৰ কৱলত উছন হৈ পৰিছিল খেতিয়কৰ সপোনৰ পথাৰখন। প্ৰকৃতিৰ দয়াত কৃষকৰ পথাৰত যি দুই–এগছি ধান ৰৈ গৈছিল সেইবোৰেই আজি সোণোৱালি ৰূপ ধৰিছে। সেই সোণোৱালি পথাৰখনত ধান চপোৱাত ব্যস্ত কেইগৰাকীমান জনজাতীয় মহিলা। দৃশ্যটো গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰ এখনৰ।

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward