Friday, March 29, 2024
HomePHOTOGRAPHYজাতীয় মহিলা শক্তিৰ প্ৰতিবাদ

জাতীয় মহিলা শক্তিৰ প্ৰতিবাদ

প্ৰকাশিত তাৰিখঃ ৭ অক্টোবৰ, ২০২১

অগ্ৰণী সংবাদ

অসম জাতীয় পৰিষদৰ ‘জাতীয় মহিলা শক্তি’ৰ উদ্যোগত পলাশবাৰী সমষ্টি জাতীয় মহিলা শক্তিৰ সহযোগত ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত শোভাযাত্ৰা। ৭ অক্টোবৰত পলাশবাৰী ৰাজহ চক্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সময়ৰ কেইটিমান দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward