Wednesday, April 24, 2024
HomePHOTOGRAPHYজীৱশ্ৰেষ্ঠৰ নিষ্ঠুৰ কৰ্মকাণ্ড

জীৱশ্ৰেষ্ঠৰ নিষ্ঠুৰ কৰ্মকাণ্ড

প্ৰকাশিত তাৰিখঃ ১ ফেব্ৰুৱাৰী, ২০২১

চি এন ডেস্ক –

বান্দৰটোৰ বেমাৰত মৃত্যু হৈছে নে ইয়াক কোনোবাই মাৰিছে সেই কাৰণ জনা নাযায়। বান্দৰটোৰ মৃত্যুৰ কাৰণ যিয়েই নহওক কিন্তু মৃত্যুহোৱাৰ পাছত আগঠেং দুখনত বান্ধি সৌৰশক্তি চালিত তাঁৰৰ বেৰত ওলোমাই থোৱাজন কিন্তু জীৱশ্ৰেষ্ঠ মানুহেই হয়। মৃত্যুৰ পাছতো নিষ্ঠুৰভাৱে ওলোমাই ৰখা ঘটনাটো সংঘটিত হৈছে কামৰূপ জিলাৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তথা নালাপাৰা খণ্ডবন কাৰ্যালয়ৰ পৰা কিছু নিলগত।   

  

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward