Thursday, April 18, 2024
Homeআলোকচিত্ৰবৰিহাটত জোঁৰ সমদল

বৰিহাটত জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬, বাতিলৰ দাবীত জোঁৰ সমদল

যোৱা ২৫ জানুৱাৰী, ২০১৯ আমৰাংগা–বৰিহাট শাখা ছাত্ৰ সন্থা আৰু বৰিহাট আঞ্চলিক সচেতন নাগৰিক সমাজৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰা উক্ত জোঁৰ সমদলত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, লিবাৰেল ষ্টুডেণ্ট ইউনিয়ন, ত্ৰিধাৰা আঞ্চলিক কলা সংঘ, আমৰাঙ্গা কলা সংঘ, নৱাৰুণ সাহিত্য সভা আমৰাঙ্গা–বৰিহাট, আইদেউ ট’কিজৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

জোঁৰ সমদলৰ কেইখনমান ছবি –

ছবিঃ চানডুবি নিউজ

Picture: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward