Friday, March 29, 2024
HomeNEWSত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰেক্ষাগৃহত গীতৰ বৈঠকী

ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰেক্ষাগৃহত গীতৰ বৈঠকী

প্ৰকাশিত তাৰিখঃ ৮ আগষ্ট, ২০২২

দক্ষিণ কামৰূপৰ সাহিত্য–সাংস্কৃতিক সংগঠন ‘বৰিহাট মাহিলী বৈঠকী’ৰ সৌজন্যত গীতিকাৰ মইনা গোস্বামীৰ ‘গীতৰ বৈঠকী’। ৭ আগষ্টত আমৰাঙ্গা–বৰিহাটস্থিত ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই গীতৰ বৈঠকী। মইনা গোস্বামী ৰচিত আৰু আনন্দ দাসৰ সুৰাৰোপিত পঞ্চাশৰো অধিক গীতত বিভিন্ন শিল্পীয়ে কণ্ঠদান কৰে। গীত–মাত অনুষ্ঠানৰ বিশেষ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে বিশিষ্ট্য বুৰঞ্জীবিদ ড জীতেন দাসে। অনুষ্ঠানটোৰ কেইটিমান দৃশ্য। 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward