Friday, April 19, 2024
HomeNEWSআমৰাঙ্গা মিনি ষ্টেডিয়ামত নাজিৰ আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

আমৰাঙ্গা মিনি ষ্টেডিয়ামত নাজিৰ আলী সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ২৪ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

আমৰাঙ্গা কলা মন্দিৰৰ পৰিচালনাত নাজিৰ আলী সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। দক্ষিণ কামৰূপৰ ভোলাগাঁৱৰ বাসিন্দা মঃ চিৰাজ আলীয়ে দেউতাকৰ সোঁৱৰণত খেলখনৰ ট্ৰফী আৰু নগদ ধনৰ পুৰস্কাৰ দান কৰিছে। ২৩ অক্টোবৰত আমৰাঙ্গা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চুড়ান্ত খেলখনৰ বিভিন্ন দৃশ্য দেখা গৈছে। সৰুহেৰামদো আৰু বকোৰ জামবাৰী ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত ৬–০ গলৰ ব্যৱধানত সৰুহেৰামদো ফুটবল ক্লাৱে বিজয়ী খিতাপ অৰ্জন কৰে।  

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward