Wednesday, April 24, 2024
HomeNEWSচানডুবিত প্ৰাক্‌ বিশ্ব পৰ্যটন দিৱস– ২০২২ পালন

চানডুবিত প্ৰাক্‌ বিশ্ব পৰ্যটন দিৱস– ২০২২ পালন

প্ৰকাশিত তাৰিখঃ ২৬ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

চানডুবি পৰ্যটন তথ্য কেন্দ্ৰৰ উদ্যোগত আৰু জৰামখুৰীয়া গাঁৱত সহযোগত প্ৰাক্‌ বিশ্ব পৰ্যটন দিৱস– ২০২২ পালন। যোৱা ২৪ ছেপ্টেম্বৰত চানডুবি পাৰৰ জৰামখুৰীয়া গাঁৱত পালন কৰা প্ৰাক্‌ বিশ্ব পৰ্যটন দিৱসত কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, অসম পৰ্যটন বিভাগৰ আয়ুক্ত মামণি পাৰমে আদিকে ধৰি বহু বিষয়ববীয়া উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward