Friday, April 19, 2024
HomePHOTOGRAPHYফুটবল খেলুৱৈ সম্বৰ্ধনা

ফুটবল খেলুৱৈ সম্বৰ্ধনা

প্ৰকাশিত তাৰিখঃ ১৬ আগষ্ট, ২০২১

এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ ভেৱলু ৰাম দাস। কামৰূপ জিলাৰ বৰিহাট অঞ্চলৰ ৮৪ বৰ্ষত ভৰি দিয়া খেলুৱৈগৰাকী যুৱ প্ৰজন্মৰ বাবে অচিনাকী। যদিও অঞ্চলটোৰ আমৰাংগা ফুটবল ক’চিং চেণ্টাৰে(এ এফ চি চি) খেলুৱৈগৰাকীক যুৱ প্ৰজন্মৰ সৈতে চিনাকী কৰি দিয়াৰ দায়িত্ব পালন কৰে। যোৱা ১৫ আগষ্টত সংগঠনটোৱে খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়। স্বাধীনতা দিৱস উপলক্ষে আমৰাংগা মিনি ষ্টেডিয়ামত আয়োজন কৰা প্ৰীতি ফুটবল খেলখন উক্ত খেলুৱৈগৰাকীয়ে মুকলি কৰে।  

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward