Thursday, April 25, 2024
HomeNEWSনতুন দিল্লীৰ চুকে–কোণে বীৰ লাচিতৰ প্ৰতিচ্ছবি

নতুন দিল্লীৰ চুকে–কোণে বীৰ লাচিতৰ প্ৰতিচ্ছবি

প্ৰকাশিত তাৰিখঃ ১৩ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ডেস্ক–

০ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজন বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণি অনুষ্ঠান

০ অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰত আয়োজন কৰিব এই অনুষ্ঠানৰ

০ এই উপলক্ষে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ চুকে–কোণে বীৰ লাচিতৰ হ’ৰ্ডিং, ডিচপ্লে’, বেনাৰ আদিৰে ভৰাই তুলিছে

০ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনাইছে

০ বীৰ লাচিতৰ বীৰত্বৰ কাহিনী বিশ্ব দৰবাৰক জনাবলৈ অসম চৰকাৰে lachitbarphukan নামৰ ম’বাইল এপ’ আৰু প’ৰ্টেল মুকলি কৰিছে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward