Friday, March 29, 2024
HomeNEWSমাৰাংগাৰ জলাশয় পৰ্যটক আকৰ্ষণৰ এটি কেন্দ্ৰবিন্দু

মাৰাংগাৰ জলাশয় পৰ্যটক আকৰ্ষণৰ এটি কেন্দ্ৰবিন্দু

প্ৰকাশিত তাৰিখঃ ১৩ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ এখন গাঁও মাৰাংগাৰ। মেঘালয়ৰ এই গাঁওখনৰ মাজতে আছে এটি মনোমোহা জলাশয়। মাৰাংগাৰ জলাশয় পৰ্যটক আকৰ্ষণৰ এটি কেন্দ্ৰবিন্দু। পৰ্যটকক হাত বাউলী মাতি থকা এই জলাশয়টো ৰি–ভয় জিলাৰ সদৰ নংপ’ৰ পৰা ৭ কিলোমিটাৰ দূৰত অৱস্থিত।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward