Thursday, April 25, 2024
Homeবাতৰিমিজোসকলৰ পৰম্পৰাগত চাপচাৰ–ক্যুট উৎসৱ

মিজোসকলৰ পৰম্পৰাগত চাপচাৰ–ক্যুট উৎসৱ

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

পৰম্পৰাগত চাপচাৰ–ক্যুট মিজো জনগোষ্ঠীৰ পৰম্পৰাগত এটা জাতীয় উৎসৱ। মিজোৰামৰ অতি জনপ্ৰিয় এই উৎসৱটি যোৱা ৩মাৰ্চ শুকুৰবাৰে বাৰেৰহনীয়া কাৰ্যসূচীৰে ৰাজধানী চহৰ আইজলৰ লগতে বিভিন্ন ঠাইত আয়োজন কৰে।

পৰম্পৰাগত সাজ–পাৰ পৰিধান কৰি নৃত্য–গীত আদি পৰিবেশন কৰা হয়। ৰাজধানী চহৰৰ আইজল ৰাইফলছ্ গ্ৰাউণ্ডত অনুষ্ঠিত উৎসৱত জনপ্ৰিয় কণ্ঠশিল্পী আৰু প’প সংগীতৰ দলে অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা স্থানীয় শিল্পীসকলেও অনুষ্ঠান পৰিৱেশন কৰে।

ৰাজধানী চহৰ আইজল ৰাইফলছ্ গ্ৰাউণ্ডত অনুষ্ঠিত এই চাপচাৰ–ক্যুট উৎসৱত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালথান হাওলা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আৰ ৰমাবিয়াই উপস্থিত থাকে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward