Tuesday, April 16, 2024
Homeবিজ্ঞাপনশিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পদ খালী

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পদ খালী

প্ৰকাশিত তাৰিখঃ ১৯ ডিচেম্বৰ’ ২০১৭

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা পদ পূৰাবলৈ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ১২ জানুৱাৰী’ ২০১৮।

খালী হোৱা পদৰ বিৱৰণঃ

পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

পদৰ সংখ্যাঃ ৩ টা (এছটি পি–১,   এছটি এইচ–২ (১ পদ মহিলা আৰু ১টা পদ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)   

বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৮)  

দৰমহাৰ নিৰিখঃ পে’ বেণ্ড–II (১৪০০০–৪৯০০০) + গ্ৰেড পে’ ৬২০০  

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

বিজ্ঞাপন চোৱাৰ বাবে>> << ক্লিক কৰক >>

আবেদন পত্ৰ পঠিওৱা ঠিকনা

To the Deputy Commissioner Sivasagar Districts

P.O. Sivasagar

Pin-785640

Assam

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward