Sunday, May 5, 2024
HomeNEWSৰাণীত বিদ্যুৎ তাঁৰত স্পৃষ্ট হৈ তিনিটা বনৰীয়া হাতীৰ মৃত্যু

ৰাণীত বিদ্যুৎ তাঁৰত স্পৃষ্ট হৈ তিনিটা বনৰীয়া হাতীৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ৪ আগষ্ট, ২০২৩

ঘটনাস্থলী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ ৰাজাপানীচান্দা–কমলপাৰা। ৪ আগষ্টৰ পুৱতি নিশা সংঘটিত হয় এই দূৰ্ঘটনা। হাতী কেইটাই বাৰীত প্ৰৱেশ কৰি তামোল গছ উভালি খাই আছিল। সেই মুহুৰ্তত উভালি পৰা তামোল গছ বিদ্যুৎ প্ৰৱাহিত তাঁৰত বাগৰি পৰে। লগে লগে তাঁৰ ছিঙি পৰে। ছিঙা তাঁৰত বিদ্যুৎ স্পৃষ্ট হৈ হাতী তিনিটাৰ মৃত্যু ঘটে।

সম্পূৰ্ণ ভিডিঅ’ চাবলৈ ক্লিক কৰক 

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward