Friday, April 19, 2024
Homeবাতৰিৱাংগালা উৎসৱ গাৰো জনজাতিৰ এক কৃষিভিত্তিত উৎসৱ

ৱাংগালা উৎসৱ গাৰো জনজাতিৰ এক কৃষিভিত্তিত উৎসৱ

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

মেঘালয়ত বসবাস কৰা গাৰো জনগোষ্ঠীৰ ৩৯সংখ্যক ৱাংগালা উৎসৱটি ১০, ১১ আৰু ১২ নবেম্বৰত তুৰাৰ আচাননানগ্ৰিত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

ৱাংগালা উৎসৱ গাৰো জনজাতিৰ পৰম্পৰাগত এক কৃষিভিত্তিত উৎসৱ। মেঘালয়ত বাসকৰা গাৰো সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে পালন কৰি আহিছে এই উৎসৱ। এই উৎসৱৰ অন্য এটি নাম ‘হাণ্ড্ৰেদ ড্ৰাম’ অৰ্থাৎ এই উৎসৱত এশটা ঢোল একেলগে বজোৱা হয়। এই ঢোলবাদনৰ তালে তালে গাৰো ডেকা–গাভৰুসকলে নৃত্য প্ৰদৰ্শন কৰে। এইবাৰৰ উৎসৱটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে মেঘালয় ৰাজ্যৰ ৰাজ্যপাল ভি ছানমুগানাথনে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward