ৰাজ্যিক পৰ্যায়ৰ কৃষক মেলাঃ ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনৰ কেইটিমান দৃ্শ্য
আয়োজকঃ ICAR (Indian Council for Agricultural Research)–ATARI (Agricultural Technology Application Research Institute)
স্থানঃ উদ্যান শস্য গৱেষণা কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, কাঁহিকুছি, গুৱাহাটী, অসম
ছবিঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা