প্ৰকাশিত তাৰিখঃ ৭ অক্টোবৰ, ২০২১
অগ্ৰণী সংবাদ
অসম জাতীয় পৰিষদৰ ‘জাতীয় মহিলা শক্তি’ৰ উদ্যোগত পলাশবাৰী সমষ্টি জাতীয় মহিলা শক্তিৰ সহযোগত ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত শোভাযাত্ৰা। ৭ অক্টোবৰত পলাশবাৰী ৰাজহ চক্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ সময়ৰ কেইটিমান দৃশ্য।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News