প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট. ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। এই দিৱস উপলক্ষে সমগ্ৰ দেশত পালন কৰা হৈছে ‘আজাদী কা অমৃত’ মহোৎসৱ। দেশত চলি থকা ‘আজাদী কা অমৃত’ মহোৎসৱৰ তাৎপৰ্য কি সেয়া তেওঁলোকে ভালকৈ নাজানে। কিন্তু এইবাৰ জাতীয় পতাকা ঘৰে ঘৰে উৰুৱাবলৈ দিছে সেই কথা তেওঁলোকে জানে। ছবিখন পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৰ মাটাইখাৰৰ।
ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা
Pix: Nirendra Prasad Rabha