26.6 C
Guwahati
Thursday, August 13, 2020
Home PHOTOGRAPHY ফটো আৰু সংবাদ

ফটো আৰু সংবাদ

প্ৰকাশিত তাৰিখঃ ৮জুন, ২০২০

 

 
চানডুবি নিউজ ডেক্স
আসাম চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেণ্ট চমুকৈ (ACRD) নামৰ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন কাৰ্যসূচীৰে ৫জুন ‘বিশ্ব পৰিৱেশ দিৱস’ উদযাপন কৰে। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাল্লাকাৰিপাৰা গাঁৱত আয়োজন কৰা উক্ত দিৱসত সহযোগ আগবঢ়ায় নৱজ্যোতি প্ৰতিবন্ধী গোটে। সংস্থাটোৰ অধীনস্থ চি আৰ বি, ৰাণী প্ৰকল্পৰ প্ৰতিবন্ধী আৰু শিশু সুৰক্ষা কৰ্মীসকলেও অংশ গ্ৰহণ কৰে। গাঁওখনৰ বিদ্যালয়, নামঘৰ প্ৰাংগন আৰু পথৰ দাঁতিত সংস্থাটোৰ কৰ্মীসকলে বৃক্ষৰোপণ কৰে।
 

 

 

 

ফটোঃ অপূৰ্ব শৰ্মা
Pix: Apurba Sarma

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

লকডাউনৰ প্ৰভাৱে ৰাণী অঞ্চলক ভ্ৰমণ উপযোগী কৰি তুলিছে      

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – লকডাউন প্ৰকৃতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। লকডাউনে মানুহক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলেও ইয়াৰ বহুখিনি ইতিবাচক প্ৰভাৱ...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ কপিকূলক ফল যোগান ধৰিছে এগৰাকী মহিলাই, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ চৌহদত ফটোঃ বিশাল বড়ো  Pix: Bishal Boro

ডিমা হাচাও জিলাৰ ‘পানীমুৰ জলপ্ৰপাত’

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ চি এন ডেক্স – পানীমুৰ এটা বিখ্যাত জলপ্ৰপাত। স্থানীয় পৰ্যটককে নহয় দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰা এটি জলপ্ৰপাত। জলপ্ৰপাতটোত গোটেই বছৰজুৰি দেশী–বিদেশী...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নিখিল ৰাভা মহিলা পৰিষদৰ ২৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ছাটাৰ গাঁৱত। ফটোঃ প্ৰভাত ৰাভা  Pix: Prabhat Rabha

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward