Thursday, April 25, 2024
HomePHOTOGRAPHYফটো আৰু সংবাদ

ফটো আৰু সংবাদ

প্ৰকাশিত তাৰিখঃ ৮জুন, ২০২০

 

 
চানডুবি নিউজ ডেক্স
আসাম চেণ্টাৰ ফ’ৰ ৰুৰেল ডেভেল’পমেণ্ট চমুকৈ (ACRD) নামৰ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন কাৰ্যসূচীৰে ৫জুন ‘বিশ্ব পৰিৱেশ দিৱস’ উদযাপন কৰে। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ভাল্লাকাৰিপাৰা গাঁৱত আয়োজন কৰা উক্ত দিৱসত সহযোগ আগবঢ়ায় নৱজ্যোতি প্ৰতিবন্ধী গোটে। সংস্থাটোৰ অধীনস্থ চি আৰ বি, ৰাণী প্ৰকল্পৰ প্ৰতিবন্ধী আৰু শিশু সুৰক্ষা কৰ্মীসকলেও অংশ গ্ৰহণ কৰে। গাঁওখনৰ বিদ্যালয়, নামঘৰ প্ৰাংগন আৰু পথৰ দাঁতিত সংস্থাটোৰ কৰ্মীসকলে বৃক্ষৰোপণ কৰে।
 

 

 

 

ফটোঃ অপূৰ্ব শৰ্মা
Pix: Apurba Sarma

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward