Saturday, April 20, 2024
Homeবাতৰিঅসমৰ সবাতোকৈ পৰিচ্ছন্ন গাঁৱখনক ৫লাখ টকাৰে পুৰস্কৃত কৰিব

অসমৰ সবাতোকৈ পৰিচ্ছন্ন গাঁৱখনক ৫লাখ টকাৰে পুৰস্কৃত কৰিব

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

এতিয়াৰে পৰা অসমৰ ৰাজ্যিক ভিত্তিত সবাতোকৈ পৰিচ্ছন্ন গাঁওখনক ৫লাখ টকাৰে পুৰস্কৃত কৰিব। এই ঘোষণা জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীৰ। তদুপৰি জিলাৰ ভিতৰত সবাতোকে পৰিচ্ছন্ন গাঁওখনকো ১লাখ টকাৰে লগতে অনাময় সম্পৰ্কীয় বা–বাতৰি পৰিবেশন কৰা তিনিজনকৈ সংবাদ–কৰ্মীকো নগদ ধনেৰে পুৰ্স্কৃত কৰিব।

যোৱা ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দুদিনীয়াকৈ অনাময় সম্পৰ্কীয় এক সন্মিলন অনুস্থিত হয়। ৰাজ্যখনত স্বচ্ছ অভিযান ক্ষিপ্ৰ কৰি তোলাৰ অৰ্থে এই সন্মিলনৰ আয়োজন। সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ খোৱাপানী আৰু অনাময় মন্ত্ৰ্যালয়ৰ বিভাগীয় মন্ত্ৰী লগতে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward