20 C
Guwahati
Monday, April 19, 2021
Home বিজ্ঞাপন অসম জুডিচিয়েল একাডেমীত নিযুক্তি

অসম জুডিচিয়েল একাডেমীত নিযুক্তি

প্ৰকাশিত তাৰিখঃ ২৯ নৱেম্বৰ, ২০১৭

অসম জডিচিয়েল একাডেমীত খালী হোৱা কিছু সংখ্যক পদৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ বিচাৰিছে। যোগ্যতাসম্পন্ন আৰু ইচ্ছুক প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে ১০ ডিচেম্বৰ বা তাৰ আগতে আবেদন পত্ৰ পঠিয়াব পাৰে। (গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ ড বাণীকান্ত কাকতি পথৰ ভোলানাথ মন্দিৰৰ সমীপত অৱস্থিত অসম জডিচিয়েল একাডেমী)

আবেদনৰ সবিশেষ জানিবৰ বাবে চাওঁক >>

<< www.jaassam.gov.in >>  

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ যাতায়তৰ অনুপযোগী হৈ পৰিছে অসম–মেঘালয় সংযোগী (এনইচি) পথ, ছবিত ৰাণীৰ এছোৱা পথ দেখা গৈছে।   ফটোঃ চানডুবি নিউজ Pix: Chandubi News

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ বসন্ত আহিছে এই দলিচাৰ ওপৰেৰে    ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পাহাৰীয়া জনজাতীয় গাঁওকেইখন আজিও অৱহেলিত

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – অসম–মেঘালয় আন্তঃৰাজ্যিক সীমান্তৰ পশ্চিম গুৱাহাটীৰ কেইখনমান জনজাতীয় গাঁও। গাঁওকেইখন প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ মাজত অৱস্থিত, যাৰ চাৰিওফালে কেৱল...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৯ এপ্ৰিল, ২০২১ মুক্ত পৰিবেশত এজাক গৰু, চানডুবি বিলৰ কাষৰ এখন গাঁৱত ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha  

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward