Thursday, April 25, 2024
HomeNEWSৰাভা জাতীয় সংগঠন সমূহৰ অৱস্থান ধৰ্মঘট

ৰাভা জাতীয় সংগঠন সমূহৰ অৱস্থান ধৰ্মঘট

প্ৰকাশিত তাৰিখঃ ১৩ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত কামৰূপ জিলাৰ তিনিওটা সংগঠনৰ সহযোগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত ১৩ মাৰ্চ, ২০২৩ত বকোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ‘দুঘণ্টীয়া অৱস্থান ধৰ্মঘট’ পালন কৰে।

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward