Saturday, April 27, 2024
HomeUncategorizedদক্ষিণ কামৰূপৰ কলহী নদীৰ উৎস

দক্ষিণ কামৰূপৰ কলহী নদীৰ উৎস

প্ৰকাশিত তাৰিখঃ ১৩ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

কা–খ্ৰিং (Ka Khring) মেঘালয়ৰ ৰি–ভয় (Ri-Bhoi) আৰু পশ্চিম খাছি পাহাৰ জিলাৰ সীমান্তৰ এখন গুৰুত্বপূৰ্ণ পাহাৰীয়া নৈ। এই নদীখনক স্থানীয় খাছিলোক সকলে ৱাহ–খ্ৰী (Wah Khri) বুলি কয়। এই নদীখন বৈ গৈ উকিয়ামৰ ওচৰত ঘোগা নাম লৈ কলহীত মিলিত হৈছে। কা–খ্ৰীং কলহী নদীৰ উৎস। সময়ৰ লগে লগে নদীখনৰ পানীৰ স্ৰোত হ্ৰাস পাইছে। এই প্ৰভাৱ কলহী নদীখনৰ ওপৰতো পৰিছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward