Thursday, March 28, 2024
HomeNEWSসদৌ অসম আন্তঃজিলা মিনি ফুটবল চেম্পিয়নশ্বিপ – ২০২৩

সদৌ অসম আন্তঃজিলা মিনি ফুটবল চেম্পিয়নশ্বিপ – ২০২৩

প্ৰকাশিত তাৰিখঃ ২৭ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী আন্ধেৰীজুলি খেলপথাৰত অনুষ্ঠিত হয় ৩য় সংখ্যক সদৌ অসম আন্তঃজিলা মিনি ফুটবল চেম্পিয়নশ্বিপ। সদৌ অসম মিনি ফুটবল সন্থাৰ উদ্যোগত আৰু আন্ধেৰীজুলি যুৱ সংঘ আৰু ৰাণী ক’চিং চেণ্টাৰৰ সহযোগত ২৫–২৬ মাৰ্চত দুদিনীয়াকৈ এই খেল অনুষ্ঠিত হয়।

ফটোঃ প্ৰভাত ৰাভা

Pix; Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward