প্ৰকাশিত তাৰিখঃ ১৪ মাৰ্চ, ২০২২
বসন্তক আদৰিবলৈ প্ৰকৃতিয়ে মেলি দিছে এক মনোৰম দলিচা। ফাগুনৰ পছোৱা, ৰঙৰ উৎসৱ ফাকুৱা, ৰঙালী বিহুটি যেন সকলোকে আদৰিবলৈ অধীৰ অপেক্ষা। গোৰেশ্বৰৰ ওচৰৰ এই দৃশ্য গ্ৰহণ কৰিছে নিৰঞ্জন ৰাভাই।