Friday, April 19, 2024
Homeআলোকচিত্ৰবানৰ তাণ্ডৱ পাহাৰীয়া অঞ্চলতো! পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মেট্ৰ জিলাৰ...

বানৰ তাণ্ডৱ পাহাৰীয়া অঞ্চলতো! পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মেট্ৰ জিলাৰ অতি দূৰ্গম অঞ্চল নুমলিপথাৰ নামৰ কাৰ্বিজনগোষ্ঠীৰ বসতি প্ৰধান এখন গাঁও। উন্নয়নৰ কোনো নাম গোন্ধ নোহোৱা, বান কবলিত এই গাঁওখনৰ কেইখনমান ছবি বীৰেন্দ্ৰ ৰাভাৰ লেন্সত।

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward