প্ৰকাশিত তাৰিখঃ ২৩ অক্টোবৰ, ২০২৩
দক্ষিণ কামৰূপৰ বৰদুৱাৰ মৌজা তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশী–টিয়ামাৰীস্থিত শ্ৰীশ্ৰীমা ভগৱতী টিয়ামাৰী গোসাঁনী পীঠত মা ভগৱতী দেৱীৰ বাৰ্ষিক পূজা। ২১ অক্টোবৰৰ পৰা চাৰি দিনীয়াকৈ আৰম্ভ হোৱা বাৰ্ষিক পূজা উপলক্ষে ভক্তৰ সমাৱেশ ঘটিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News