প্ৰকাশিত তাৰিখঃ ৩১ অক্টোবৰ, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুলশী অঞ্চলৰ দৃশ্য। কল খেতিয়ক বুদ্ধেশ্বৰ ৰাভাই বাগিচাৰ কল বিক্ৰীৰ বাবে সাজু কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলৰ কলহী নদীৰ পাৰত প্ৰায় ৭ বিঘা ভূমিত গঢ়ি তুলিছে এই কল বাগিচাখন। বুদ্ধেশ্বৰে বাগিচাখনৰ পৰা কল বিক্ৰী কৰি বছৰি প্ৰায় ২লাখ টকা উপাৰ্জন কৰি আহিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News