Tuesday, April 23, 2024
HomePHOTOGRAPHYভূমি পট্টনৰ দাবীত ৰাজহুৱা সভা

ভূমি পট্টনৰ দাবীত ৰাজহুৱা সভা

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ, ২০২১

অগ্ৰণী সংবাদ

চি এন ডেস্ক –

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ চাহ বাগিছাৰ ১নং, ২নং আৰু ৩নং গাঁৱৰ ভূমি পট্টন সম্পৰ্কে এক ৰাজহুৱা সভা। ২৭ নৱেম্বৰ তাৰিখে বাগান বজাৰস্থিত অসম মাতৃ মজলীয়া বিদ্যালয় চৌহদত আয়োজিত সভাত তিনিখন গাঁৱৰ কেইবাশ লোক উপস্থিত থাকে। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে ৰাভা ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ বিশিষ্ট্য লোকসকল উক্ত সভাত উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward