Friday, March 29, 2024
HomeNEWSভাগৱতী পাৰাত ই–ৰিক্সাৰ নতুন শ্ব’ৰূম মুকলি

ভাগৱতী পাৰাত ই–ৰিক্সাৰ নতুন শ্ব’ৰূম মুকলি

প্ৰকাশিত তাৰিখঃ ২৮ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ মিৰ্জাৰ মণি মহন্ত আৰু বৰিহাটৰ তিলক দাস দুয়োজন উদীয়মান যুৱ ব্যৱসায়ী। দুয়ো যুৱকে পৰিবহন ব্যৱসায়ত নতুনকৈ প্ৰৱেশ কৰিছে। আজি দক্ষিণ কামৰূপৰ ভাগৱতী পাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত ই–ৰিক্সাৰ শ্ব’ ৰূম এটি মুকলি কৰে। উক্ত প্ৰতিষ্ঠানটোত নতুন ই–ৰিক্সাৰ বিক্ৰী লগতে মেৰামতিৰ ব্যৱস্থাও থাকিব।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward