Thursday, March 28, 2024
HomeNEWSঝুম খেতি কঠোৰ শ্ৰমৰ এক ফচল

ঝুম খেতি কঠোৰ শ্ৰমৰ এক ফচল

প্ৰকাশিত তাৰিখঃ ১মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পাহাৰীয়া অঞ্চলত পৰম্পৰাগতভাৱে চলি অহা খেতিবিধ হ’ল ঝুম। ঝুম খেতি পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ কঠোৰ শ্ৰমৰ এক ফচল। পাহাৰৰ অটব্য হাবি–জংঘল চাফা কৰি এই খেতি কৰা হয়। এতিয়া ঝুমখেতি পথাৰ প্ৰস্তুতিৰ সময়। গড়ভাংগা সংৰক্ষিত বনাঞ্চলৰ বনবাসী গাঁও মাটাংত কাৰ্বি জনগোষ্ঠীৰ পুৰুষ–মহিলা উভয়ে ঝুম খেতিপথাৰ প্ৰস্তুতিত লাগি পৰিছে। মাটাং গুৱাহাটী মহানগৰ জিলাৰ লখৰাৰ পৰা ২০ কিলোমিটাৰ দূৰত অৱস্থিত।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward