Thursday, June 13, 2024
HomeNEWSনহিৰাত ৭২ সংখ্যক শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা

নহিৰাত ৭২ সংখ্যক শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা

প্ৰকাশিত তাৰিখঃ ২ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ নহিৰাত শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা। বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৰাজহুৱাভাৱে আয়োজন কৰা পূজাখনে এইবাৰ ৭২টা সংখ্যাত ভৰি দিছে। ৩০ অক্টোবৰৰ পৰা হোৱা পূজাখন ৩ নৱেম্বৰলৈ চলিব। পূজাৰ কাৰ্যসূচীত আৰতি, পূষ্পাঞ্জলী প্ৰদান, নাম প্ৰসংগ, ওজাপালি, ঢুলীয়া–কালীয়া, যাত্ৰানাট আদি প্ৰদৰ্শনৰ দিহা কৰিছে। ভক্তপ্ৰাণ ৰাইজে উৎসাহ–উদ্দীপনাৰে পূজাৰ সকলো কাৰ্যসূচীত অংশ গ্ৰহণ কৰা দেখা গৈছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward