Tuesday, April 23, 2024
HomeNEWSচৰ-চাপৰি সাহিত্য পৰিষদ, অসম

চৰ-চাপৰি সাহিত্য পৰিষদ, অসম

প্ৰেছ বিবৃতি

চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে অতি সম্প্ৰীতি অসমীয়া জাতীয় জীৱনৰ গৌৰৱ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সাহিত্য কৰ্মক বিকৃত কৰি প্ৰচাৰ কৰা হৈ আছে। জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নাটকখনক বিকৃত কৰি আৱাহন থিয়েটাৰে প্ৰচাৰ কৰা কাৰ্যক পৰিষদে ধিক্কাৰ দিছে। এনে গৰ্হিত কাৰ্যৰ বাবে আৱাহন থিয়েটাৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ বাবে দাবী জনাইছে।

বিকৃতৰূপত জ্যোতিপ্ৰসাদৰ ‘লভিতা’ নাটকৰ প্ৰচাৰ বন্ধ হ’ব লাগে। এইক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপো আমি দাবী কৰিছোঁ।

হাফিজ আহমেদ                                                 আনোৱাৰ হোছেইন

সভাপতি                                                           প্ৰধান সম্পাদক

চৰ-চাপৰি সাহিত্য পৰিষদ, অসম

১১অক্টোবৰ, ২০২২

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward