Thursday, April 25, 2024
HomePHOTOGRAPHYহাতীক পহৰা দিয়া এখন চাং

হাতীক পহৰা দিয়া এখন চাং

প্ৰকাশিত তাৰিখঃ ১ নৱেম্বৰ, ২০২১

সন্মুখত সোণালি ধানৰ খেতি পথাৰখন। এইখন চাঙত থাকিয়েই খেতিয়কে পথাৰ খনক সুৰক্ষা দিব লাগিব। নহ’লে বনৰীয়া হাতীয়ে পথাৰখনৰ ধান তহিলং কৰিব। হাতীৰ মুখৰপৰা সোণালি ধানৰ খেতিপথাৰখন ৰক্ষা কৰাৰ সংগ্ৰাম এই চাংখনৰ পৰাই চলিছে। পশ্চিম গুৱাহাটীৰ অসম–মেঘালয় সীমান্তৰ জয়পুৰ গাঁৱৰ এই দৃশ্য। 

 

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward