Thursday, March 28, 2024
Homeবিজ্ঞাপনঅসম সচিবালয় প্ৰশাসনত পদ খালী

অসম সচিবালয় প্ৰশাসনত পদ খালী

প্ৰকাশিত তাৰিখঃ ১০ ডিচেম্বৰ’ ২০১৭

অসম সচিবালয় প্ৰশাসন(ৰেকৰ্ড আৰু লাইব্ৰেৰী)ত পদ খালী হোৱা পদৰ বাবে আবেদন পত্ৰ বিছাৰিছে। অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে উক্ত পদ আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৬ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষ

পদৰ নামঃ ৰেকৰ্ড চাপ্লায়াৰ

পদৰ সংখ্যাঃ ৪টা

বয়সৰ উচ্চ সীমাঃ ১৮ – ৪৩ বছৰ (০১–০১–২০১৭ অনুসৰি) এছ চি আৰু এছ টি প্ৰাৰ্থীৰ বাবে ৫ বছৰৰ ৰেহাই।

মাহিলী দৰমহাঃ ১৪০০০ – ৪৯০০০ টকা গ্ৰেড পে’ ৫৬০০/-

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক নতুবা সমপৰ্যায়ৰ।   

আবেদন সবিশেষ চৰকাৰী ৱেৱ চাইটৰ পৰা ডাউনলোড কৰিব পাৰিব >>

<< www.sadassam.gov.in >>

বিজ্ঞাপনৰ বাবে << ইয়াত ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward