Wednesday, April 24, 2024
Homeবাতৰিঅসম স্বাস্থ্য সেৱা সঞ্চালকালয়ত পদ খালী

অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ত পদ খালী

অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে বিভিন্ন জিলাত খালী হোৱা পদ পূৰাবলৈ ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ১৬ মাৰ্চ, ২০১৮।   

খালী হোৱা পদৰ সবিশেষ

মুঠ পদৰ সংখ্যাঃ ৪২৩টা 

১] পদৰ নামঃ ফাৰ্মাচিষ্ট

পদৰ সংখ্যাঃ ৯২টা (চৰকাৰী বিধি অনুসৰি সংৰক্ষণৰ ব্যৱস্থা)

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৭,৪০০ টকা

শিক্ষাগত অৰ্হতাঃ অসম ফাৰ্মাচী কাউঞ্চিলৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচীত ডিপ্ল’মা/ ডিগ্ৰীধাৰী

২] পদৰ নামঃ ফাৰ্মাচিষ্ট (আয়ুৰ্বেদিক)

পদৰ সংখ্যাঃ ৬টা (চৰকাৰী বিধি অনুসৰি সংৰক্ষণৰ ব্যৱস্থা)

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৬,২০০ টকা

শিক্ষাগত অৰ্হতাঃ অসম ফাৰ্মাচী কাউঞ্চিলৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচী(আয়ুৰ্বেদিক)ত ডিপ্ল’মা/ ডিগ্ৰীধাৰী

৩] পদৰ নামঃ ৰেডিঅ’গ্ৰাফাৰ

পদৰ সংখ্যাঃ ৫৯টা (চৰকাৰী বিধি অনুসৰি সংৰক্ষণৰ ব্যৱস্থা)

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৬,২০০ টকা

শিক্ষাগত অৰ্হতাঃ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ৰেডিঅ’গ্ৰাফাৰ টেকনিচিয়ান চাৰ্টিফিকেটধাৰী হ’ব লাগিব।

৪] পদৰ নামঃ লেৱৰেটৰী টেকনিচিয়ান 

পদৰ সংখ্যাঃ ৯৪টা (চৰকাৰী বিধি অনুসৰি সংৰক্ষণৰ ব্যৱস্থা)

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৬,২০০ টকা

শিক্ষাগত অৰ্হতাঃ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা লেৱৰেটৰী টেকনিচিয়ান চাৰ্টিফিকেটধাৰী হ’ব লাগিব।

৫] পদৰ নামঃ একাউণ্ট এচিছটেণ্ট/ জুনিয়ৰ এচিছটেণ্ট 

পদৰ সংখ্যাঃ ৯৬টা (চৰকাৰী বিধি অনুসৰি সংৰক্ষণৰ ব্যৱস্থা)

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৫,৬০০ টকা

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লগতে কম্পিউটাৰ এপ্লিকেচনৰ চাৰ্টিফিকেটধাৰী হ’ব লাগিব।

৬] পদৰ নামঃ ড্ৰেছাৰ 

পদৰ সংখ্যাঃ ৭৬টা (চৰকাৰী বিধি অনুসৰি সংৰক্ষণৰ ব্যৱস্থা)

পে’ বেণ্ড২: ১৪,০০০–৪৯,০০০ টকা, গ্ৰেড পে’: ৫,০০০ টকা

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা মেট্ৰিক অথবা সমপৰ্যায়ৰ 

সবিশেষ জানিবৰ বাবে বিভাগীয় ৱেৱচাইট চাওঁকঃ www.dhs.assam.gov.in

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

 

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

Office of the Directorate of Health Services, Assam

Hengrabari, Guwahati 36

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward