Monday, April 29, 2024
HomeUncategorizedকলহী নদীৰ সংগমস্থল

কলহী নদীৰ সংগমস্থল

প্ৰকাশিত তাৰিখঃ ৩০ অক্টোবৰ, ২০২৩

বাথা–কুলশী আৰু কলহী নদীৰ সংগমস্থল। উল্লেখ্য যে, দক্ষিণ কামৰূপৰ উত্তৰ সাপৰটাৰী আৰু সাপৰটাৰী–সাতঘৰীয়াত অৱস্থিত কলহীৰ এই সংগমস্থল যাতায়তৰ একমাত্ৰ পাৰঘাট। অঞ্চলটোৰ লোকসকলে এই পাৰঘাটেৰে মাকেলী হৈ ছয়গাঁও চহৰলৈ যাতায়ত কৰে।

ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

Pix: Nirendra Prasad Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward