Sunday, April 28, 2024
HomeNEWSঅষ্টম অসম আন্তৰ্জাতিক কৃষি–উদ্যান শস্য মেলা

অষ্টম অসম আন্তৰ্জাতিক কৃষি–উদ্যান শস্য মেলা

প্ৰকাশিত তাৰিখঃ ১৬ ডিচেম্বৰ, ২০২৩

গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজিৰপৰা আৰম্ভ হৈছে অষ্টম অসম আন্তৰ্জাতিক কৃষি–উদ্যান শস্য মেলা। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত ১৬ ডিচেম্বৰৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই কৃষি–উদ্যান শস্য মেলা। মেলাৰ প্ৰথম দিনটোৰ ছবি।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward