Friday, April 26, 2024
HomeNEWSঅসম–মেঘালয় সীমান্তৰ দূৰ্দশাগ্ৰস্ত খেতিয়কসকল

অসম–মেঘালয় সীমান্তৰ দূৰ্দশাগ্ৰস্ত খেতিয়কসকল

বনৰীয়া হাতীয়ে তহিলং কৰা খেতিয়কৰ পথাৰ। খেতিয়কসকলে টঙিঘৰ সাজি পহৰাৰ ব্যৱস্থা কৰিও ৰক্ষা কৰিব পৰা নাই নিজৰ ধাননি পথাৰখন। ছয়গাঁও সমষ্টিৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৰ ছয়গাঁও–উকিয়াম পথৰ এখন পথাৰৰ দৃশ্য। অসম–মেঘালয় সীমান্তৰ দূৰ্দশাগ্ৰস্ত খেতিয়কসকলৰ খবৰ লওঁতা কোনো নাই।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward