Tuesday, May 21, 2024
Homeবাতৰিজনকল্যাণৰ কাৰ্যালয়ত অনৈতিক কাৰ্য  

জনকল্যাণৰ কাৰ্যালয়ত অনৈতিক কাৰ্য  

প্ৰকাশিত তাৰিখঃ ৮ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

জনকল্যাণ হ’ল বৰ্তমান ৰাজ্য সভাৰ সাংসদ ৰাণী নৰহৰ দ্বাৰা পৰিচালিত এটি স্বেচ্ছাসেৱী অনুষ্ঠান। ঢকুৱাখানা বালিকা এম ভি স্কুলৰ কাষত আছে এই অনুষ্ঠানটোৰ কাৰ্যালয়। কাৰ্যালয়ৰ চৌহদত আছে এটি বিবাহ ভৱন। এতিয়া বিবাহভৱনৰ দুৱাৰ–খিৰিকী খোলা অৱস্থাতে প্ৰত্যক্ষ কৰে ৰাইজে। সম্প্ৰতি এই কাৰ্যালয়ৰ চৌহদটো এচাম বিপথগামী যুৱকৰ ডেনদ্ৰাইট, ফেভিকলৰ নিচা সেৱনৰ দৰে অসামাজিক কাম–কাজৰ আড্ডাস্থলীত পৰিণত হৈছে। ৰাতিৰ কথাটো বাদেই আনকি পঢ়াশালি চলি থকা সময়তো এই কাৰ্য সমূহ নিয়মীয়াভাৱে চলি থাকে। নিচা সেৱন কৰি থকা মুহুৰ্তত বিশ্বজিৎ দাস (২১) আৰু বিকাশ ঘোষ (২০) নামৰ দুজন যুৱকক ঢকুৱাখানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।            

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward