Tuesday, April 30, 2024
Homeবাতৰিঅসম–নাগালেণ্ড সীমান্তৰ সোণাৰিত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

অসম–নাগালেণ্ড সীমান্তৰ সোণাৰিত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী

প্ৰকাশিত তাৰিখঃ ১০ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

অসম আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত যোৱা নিশা অসম–নাগালেণ্ড সীমান্তৰ সোণাৰিৰ মাজ মজিয়াত গুলিসহ এন এছ চি এনৰ কেডাৰক আটক কৰে। আজি পুৱতি নিশা কানুবাৰী চাহ বাগিছা আৰু লখোন বস্তিত অভিযান চলাই ২টা ডিটৰনেটৰ, ২টা টি এন টি শ্লেব, বহু পৰিমাণৰ ইলেকট্ৰি কেৱল উদ্ধাৰ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward