Tuesday, April 16, 2024
Homeবাতৰিজিঅ’ৰ কেছবেক অফাৰ

জিঅ’ৰ কেছবেক অফাৰ

প্ৰকাশিত তাৰিখঃ ১১ নৱেম্বৰ’ ২০১৭

ৰিলায়েন্স প্ৰাইম সদস্যসকলৰ বাবে দিছে বিশেষ অফাৰ। ৩৯৯ টকা বা ততোধিক মূল্যৰ ৰিচাৰ্জ কৰিলে ২,৫৯৯ টকাৰ কেছবেক লাভ কৰিব। পেটিএম, ফ্ৰীচাৰ্জ বা মবিকুইকত ৰিচাৰ্জ কৰিলেও ২,৫৯৯ টকাৰ কেছবেক লাভ কৰিব। ৰিলায়েন্সৰ সূত্ৰ অনুসৰি– ২,৫৯৯টকা কেছবেকৰ মাই জিঅ’ এপত ৪০০ টকা, মবাইল ৱালেটত ৩০০ টকা আৰু ই–কমাৰ্চ ছাইটৰ শ্বপিং ভাইচাৰ হিচাপে ১,৮৯৯টকা। এই অফাৰ ১০ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ বাহাল থাকিব।    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward