Thursday, March 28, 2024
Homeবাতৰিৰাজৰ্ষি সেন ডেকাৰ আত্মসমৰ্পন

ৰাজৰ্ষি সেন ডেকাৰ আত্মসমৰ্পন

প্ৰকাশিত তাৰিখঃ ১৩ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

এসপ্তাহ ধৰি পলাতক অৱস্থাত থকা এ পি এচ চিৰ অন্যতম অভিযুক্ত তথা কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে। অভিযুক্ত ডেকাক এই মুহুৰ্তত কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ বিশেষ কাৰ্যালয়ত ৰাখি জেৰা অব্যাহত ৰাখিছে।      

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward