Friday, March 29, 2024
Homeবিজ্ঞাপনজি এম ডি এত নিযুক্তি  

জি এম ডি এত নিযুক্তি  

প্ৰকাশিত তাৰিখঃ ২২ নৱেম্বৰ, ২০১৭

গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেণ্ট অথৰিটি (জি এম ডি এ)ত খালি হোৱা বিভিন্ন পদত ঠিকা ভিত্তিত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে।   

পদৰ সবিশেষ

মুঠ পদৰ সংখ্যাঃ ১০ টা 

পদৰ নামঃ সহকাৰী অভিযন্তা

পদৰ সংখ্যাঃ ৪টা

পদৰ নামঃ কণিষ্ঠ প্ৰশাসনিক সহায়ক

পদৰ সংখ্যাঃ ৬টা

শিক্ষাগত অৰ্হতাঃ

অভিযন্তা পদৰ বাবেঃ প্ৰাৰ্থী চিভিল ইঞ্জিনীয়াৰিঙৰ বি ই ডিগ্ৰীধাৰী হ’ব লাগিব।

কণিষ্ঠ প্ৰশাসনিক সহায়ক পদৰ বাবেঃ প্ৰাৰ্থী বিজ্ঞান/বাণিজ্য/কলা শাখাত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

অভিজ্ঞতাঃ  

অভিযন্তা পদৰ বাবেঃ প্ৰকল্প ৰূপায়ণ, প্ৰকল্প মেনেজমেণ্ট আদিত তিনি বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

কণিষ্ঠ প্ৰশাসনিক সহায়ক পদৰ বাবেঃ প্ৰকল্প সম্পৰ্কীয় কামত তিনি বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

অধিক জানিবৰ বাবে চাওঁকঃ www.gmda.assam.gov.in   

ইচ্ছুক প্ৰাৰ্থীসকলে অহা ২৯ নৱেম্বৰৰ ভিতৰত বা তাৰ আগতে পোৱাকৈ আবেদন কৰিব লাগিব। ই-মেইল যোগেও আবেদন কৰিব পাৰিব।

e-mail: appointment.ae.jaa.gmda@gmail.com

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward