Saturday, April 20, 2024
Homeবিজ্ঞাপনষ্টাফ নাৰ্ছত নিযুক্তি

ষ্টাফ নাৰ্ছত নিযুক্তি

প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ, ২০১৭

অসম চৰকাৰৰ স্বাস্থ্য খণ্ডত ৫০০ ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে গুৱাহাটীৰ হেঙেৰাবাৰীস্থ স্বাস্থ্য সেৱা সঞ্চালকালয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে। উক্ত পদ সমূহত বাবে নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব লাগিব।    

পদৰ সবিশেষ

মুঠ পদৰ সংখ্যাঃ ৫০০ টা

দৰমহাৰ নিৰিখঃ ১৪,০০০–৪৯,০০০ টকা আৰু গ্ৰেড পে’– ৬,৮০০ টকা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা জি এন এম/ বি এছ চি নাৰ্ছিং ডিগ্ৰীধাৰী হোৱাৰ লগতে আছাম নাৰ্ছেছ মিডৱাইফচ এণ্ড হেলথ ভিজিটৰ্চ কাউঞ্চিলত নাম পঞ্জিয়ন থকা হ’ব লাগিব। ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন সহ চৰকাৰী খণ্ডত সেৱা আগবঢ়োৱা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ লাভ কৰিব।

ইচ্ছুক প্ৰাৰ্থীসকলে অহা ১০ ডিচেম্বৰৰ মাজনিশালৈ অনলাইন কৰিব পাৰিব।   

ৱেবচাইটঃ << www.dhs.assam.gov.in >> 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward