Saturday, April 27, 2024
HomeNEWSদক্ষিণ কামৰূপৰ ছয়গাঁও–উকিয়াম পথৰ চিদিলা পাৰা–জালুকবাৰী সাপ্তাহিক কলৰ বজাৰ

দক্ষিণ কামৰূপৰ ছয়গাঁও–উকিয়াম পথৰ চিদিলা পাৰা–জালুকবাৰী সাপ্তাহিক কলৰ বজাৰ

প্ৰকাশিত তাৰিখঃ ১ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত চিদিলাপাৰা–জালুকবাৰী এখন ভিতৰুৱা গাঁও। ছয়গাঁও–উকিয়াম পথত অৱস্থিত এই গাঁওখনত স্থাপন এখন কলৰ বজাৰ। সপ্তাহটোৰ প্ৰতি শুক্ৰবাৰে অনুস্থিত এই কল বজাৰখন ১৯৯৩ চনত ৰাইজে স্থাপন কৰিছিল। অসম–মেঘালয় সীমান্তৰ বৃহৎ অঞ্চলটোৰ খেতিয়কসকলে এই বজাৰখনতে উৎপাদিত কল বিক্ৰী কৰে। ছয়গাঁৱৰ পৰা যোৱা বেপাৰীসকলে প্ৰতি সপ্তাহত বজাৰখনৰ পৰা ১০–১২ পিকআপ ভান কল ক্ৰয় কৰে। প্ৰতি থোক কলত ১০০–১৫০ লাভ কৰা খেতিয়কসকলে উৎসৱ–পাৰ্বন বিশেষত  কিছু পৰিমাণে বেছি দাম লাভ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward