Friday, April 19, 2024
HomeNEWSবিষ্ঞু জ্যোতি নাট্য গোষ্ঠীৰ নাট্যাৰম্ভ

বিষ্ঞু জ্যোতি নাট্য গোষ্ঠীৰ নাট্যাৰম্ভ

প্ৰকাশিত তাৰিখঃ ৩ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ অপ্ৰতিদ্বন্দী যাত্ৰাদল ছয়গাঁৱৰ বিষ্ঞু জ্যোতি নাট্য গোষ্ঠী। নাট্য গোষ্ঠীটোৰ প্ৰযোজক বিপুল দাস এগৰাকী জ্যেষ্ঠ সাংবাদিক। তেখেতে সংবাদ ক্ষেত্ৰৰ সমানে সমানে নাট্য ক্ষেত্ৰখনৰ লগতো জড়িত। বহু বছৰ ধৰি নাট্য গোষ্ঠীটোক জীয়াই ৰাখিছে, অতি সগৌৰৱে। ৩ আগষ্টত ছয়গাঁৱৰ আখৰা গৃহত আটক ধুনীয়া নাট্য সম্ভাৰেৰে এই বছৰৰ নাট শুভাৰম্ভ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward