Thursday, April 25, 2024
HomeNEWSস্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগা

প্ৰকাশিত তাৰিখঃ ৪ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষত ঘৰে ঘৰে ত্ৰিৰংগা উৰুওৱাৰ আহ্বান। ৪আগষ্টত পলাশবাৰী সমষ্টিৰ ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড অভিযান পৰিচালনা গোটৰ এক সজাগতা সমদল। উক্ত সমদলত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward