Thursday, May 2, 2024
HomePHOTOGRAPHYনৱাগত আদৰণি সভাঃ জগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ চেকেণ্ডাৰী স্কুল  

নৱাগত আদৰণি সভাঃ জগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ চেকেণ্ডাৰী স্কুল  

প্ৰকাশিত তাৰিখঃ ৯ চেপ্টেম্বৰ, ২০২৩

দক্ষিণ কামৰূপৰ আমৰাঙ্গা–বৰিহাটৰ জগলীয়া নদীৰ পাৰত ১৯৯৯ চনত গঢ়ি উঠিছিল জগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ চেকেণ্ডাৰী স্কুল। কণিষ্ঠ মহাবিদ্যালয় হিচাপে জন্ম লাভ কৰা শিক্ষানুষ্ঠানখনে এইবাৰ ২৪বৰ্ষত ভৰি দিছে। ২৪বছৰীয়া এই শিক্ষানুষ্ঠানখনত আয়োজন কৰা নৱাগত আদৰণি সভাৰ কিছু দৃশ্যাংশ।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward