Thursday, April 18, 2024
Homeবাতৰিপতঞ্জলি যোগপীঠৰ সংবাদ মেল

পতঞ্জলি যোগপীঠৰ সংবাদ মেল

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

পতঞ্জলি যোগপীঠৰ বালাকৃষ্ঞই পতঞ্জলি মেগা ফুড পাৰ্কক উদ্দেশ্য কৰি যোৱা ২৫মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজ কৰে। পতঞ্জলি মেগা ফুড পাৰ্কৰ সকলো কাম–কাজ অহা জুলাই মাহৰ আৰম্ভ হ’ব বুলি সদৰী কৰে। ফুড পাৰ্কখনত ৫০০০মান নিবনুৱাই সংস্থাপনৰ সুযোগ পাব।

প্ৰথমাৱস্থাত বিস্কুট, মৌ–জোল, বন ঔষধি দ্ৰব্য সমূহ উৎপাদন কৰা হ’ব। যোগচৰ্চাক কেন্দ্ৰ কৰি আধুনিক ৰূপত ১০ খন বিদ্যালয় স্থাপন কৰা হ’ব। পতঞ্জলিত আবেদন কৰা শিক্ষাৰ্থীসকলৰ সাক্ষাৎকাৰ গুৱাহাটীৰ আজাৰাত থকা Girijananda Choudhury Instituteত অনুষ্ঠিত হ’ব উক্ত সংবাদ মেলতে ঘোষণা কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward